பொருள் : কোনো কথা আদিৰ ্সন্দর্ভত সিদ্ধান্ত লোৱা বা নি্র্ণয় ্কৰা
எடுத்துக்காட்டு :
ককাদেউতাই কাজিয়া নিষ্পত্তি কৰিছে
ஒத்த சொற்கள் : সমাধান কৰা
பொருள் : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
எடுத்துக்காட்டு :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
ஒத்த சொற்கள் : কৰা, ঠিক কৰা, শেষ কৰা, সম্পাদন কৰা