பொருள் : যিয়ে কোনো কাম নকৰে
எடுத்துக்காட்டு :
আমাৰ গাঁৱত আপুনি দুই-চাৰি জন নি্ষ্কর্মা বিচাৰি পাব
ஒத்த சொற்கள் : অকর্মণ্য ব্যক্তি
பொருள் : অনাহকত ইফালে-সিফালে ঘূৰিফুৰা কার্য
எடுத்துக்காட்டு :
তেওঁ কিবা কাম-বন কৰাৰ পৰিৱর্তে দিনৰ দিনটো নি্ষ্কর্মা হৈ ঘূৰি ফুৰে
ஒத்த சொற்கள் : কর্মবিহীন