உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
எடுத்துக்காட்டு : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
ஒத்த சொற்கள் : কায়দা, ঢঙ, পদ্ধতি, বিধি, শৈলী, ৰীতি
பொருள் : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
எடுத்துக்காட்டு : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
ஒத்த சொற்கள் : কায়দা, বাদ, সিদ্ধান্ত
பொருள் : কোনো প্রকাৰৰ স্থিৰ কৰা ৰীতি বা ব্যৱস্থা
எடுத்துக்காட்டு : যিকোনো সংস্থা, দেশ আদিক চলাবৰ বাবে কিছুমান নিশ্চিত নিয়ম বনোৱা হয়
பொருள் : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
எடுத்துக்காட்டு : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
ஒத்த சொற்கள் : দফা, ধাৰা
நிறுவு