பொருள் : মনে মনে থকা অৱস্থা বা কার্য
எடுத்துக்காட்டு :
শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
ஒத்த சொற்கள் : নিমাত, নীৰবতা, নীৰৱতা, মৌনতা, শ্্ব্দ নকৰা-
பொருள் : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
ஒத்த சொற்கள் : নিস্তব্ধতা, নীৰৱতা, শান্তি, শ্্ব্দহীনতা