பொருள் : জ্বলি থকা বা উত্তপ্ত বস্তুৰ পানী আদিৰ সংস্পর্শলৈ আহি ঠাণ্ডা হোৱা
எடுத்துக்காட்டு :
পানী পৰোতেই কয়লাখিনি নুমাই গʼল
ஒத்த சொற்கள் : চেঁ্চা পৰা, নুমোৱা
பொருள் : জুই জ্বলি নিজে-নিজে বা পানী আদি পৰাৰ কাৰণে নজ্বলা এক অৱস্থা
எடுத்துக்காட்டு :
চৌকাৰ জুই নুমাল
ஒத்த சொற்கள் : নুমুৱা
பொருள் : কোনো বস্তুৰ জ্বলন কার্য ্ নাইকিয়া হৈ যোৱা
எடுத்துக்காட்டு :
চাকিটো নুমাই গʼল
ஒத்த சொற்கள் : নুমোৱা