உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
எடுத்துக்காட்டு : পাচিটোৰ গোটেইবোৰ আম পকা
ஒத்த சொற்கள் : পৰিপক্ক হোৱা
பொருள் : দিশ পৰিব্্র্তন ্ কৰা
எடுத்துக்காட்டு : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল
ஒத்த சொற்கள் : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা
பொருள் : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা
பொருள் : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
எடுத்துக்காட்டு : তেওঁ ্ পকা আম খাই আছে
ஒத்த சொற்கள் : পৰিপক্ক
பொருள் : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
எடுத்துக்காட்டு : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
ஒத்த சொற்கள் : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
பொருள் : পুঁজেৰে ভৰি থকা
எடுத்துக்காட்டு : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
ஒத்த சொற்கள் : গেলা
நிறுவு