பொருள் : ভালদৰে উতলাই গাঢ় কৰা
எடுத்துக்காட்டு :
ক্ষীৰ প্রস্তুত কৰিবৰ কাৰণে গাখীৰ পগায়
பொருள் : আহাৰ প্রস্তুত কৰা
எடுத்துக்காட்டு :
মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
ஒத்த சொற்கள் : পকোৱা, ৰন্ধা, ৰন্ধা-বঢ়া কৰা