உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
எடுத்துக்காட்டு : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
ஒத்த சொற்கள் : অচ্ছুৎ, অস্পৃশ্য, নিকৃষ্ট
பொருள் : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
எடுத்துக்காட்டு : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
ஒத்த சொற்கள் : অধঃপতিত, অধোগত, অৱনত, অৱনমিত
பொருள் : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
எடுத்துக்காட்டு : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
ஒத்த சொற்கள் : পথভ্রষ্ট, ভ্রষ্ট
நிறுவு