உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান
எடுத்துக்காட்டு : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে
ஒத்த சொற்கள் : স্থান
பொருள் : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
எடுத்துக்காட்டு : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
ஒத்த சொற்கள் : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি
பொருள் : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা
எடுத்துக்காட்டு : কবিতা ৰচনা কৰা লোকক কবি বোলে
ஒத்த சொற்கள் : কবিতা, কাব্য, পদ্য
பொருள் : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ
எடுத்துக்காட்டு : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়
பொருள் : গোৱা কার্য ্বা ভাব
எடுத்துக்காட்டு : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
ஒத்த சொற்கள் : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত
பொருள் : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
எடுத்துக்காட்டு : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
ஒத்த சொற்கள் : চৰণ, পাদ, পাৱ, ভৰি
நிறுவு