பொருள் : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
எடுத்துக்காட்டு :
সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
ஒத்த சொற்கள் : পদাতিক সেনা
பொருள் : দাবাখেলত থকা গুটিসমূহৰ মাজৰ আঠটা গুটি বিশিষ্ট সংখ্যা যাৰ মান সকলোতকৈ
எடுத்துக்காட்டு :
দাবাখেলত পদাতিক সৈন্য সদায় পোনে পোনে তথা বেঁ্কাকৈ যায়
பொருள் : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
எடுத்துக்காட்டு :
প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
ஒத்த சொற்கள் : পদাতি, পদাতিক সেনা