பொருள் : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
எடுத்துக்காட்டு :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
ஒத்த சொற்கள் : উছৱ, উৎসৱ, পৰব, ্উৎসৱ-পার্বণ
பொருள் : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম
எடுத்துக்காட்டு :
বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান
ஒத்த சொற்கள் : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পৰব, ্সকাম
பொருள் : কোনো কাম এবাৰ আৰম্ভ হৈ নির্দিষ্ট সময়লৈকে সমানভাৱে চলি থকা সময়ৰ এক পৰিমাপ
எடுத்துக்காட்டு :
বিদ্যালয়ৰ বর্ষাঙ্ক শেষ হʼবলৈ আৰু বেছি দিন নাই
ஒத்த சொற்கள் : বর্ষাঙ্ক