பொருள் : পইচাৰ বিনিময়ত পর্যটকক সেৱা প্রদান কৰা কাম বা পর্যটকৰ ফুৰা, খোৱা, থকা আদিৰ ব্যৱস্থা কৰা কাম
எடுத்துக்காட்டு :
মহেশে পর্যটনৰ ্পৰা ভালেখিনি টকা উপার্জন কৰে বার্মু্দাত পর্যটন এক মুখ্য ব্যৱসায়
பொருள் : মন ভাল লগোৱা বা অনয্ কোনো কাৰণে পর্যটক স্থলী আদিত ঘূৰা-ফুৰা কার্য
எடுத்துக்காட்டு :
এই পর্যটক দলটোৱে সম্পূর্ণ ্ভাৰতবর্ষৰ পর্যটন কৰি ঘূৰি আহিছে
ஒத்த சொற்கள் : পৰিভ্রমণ