பொருள் : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে
எடுத்துக்காட்டு :
ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল
ஒத்த சொற்கள் : পাগল ব্যক্তি
பொருள் : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে
எடுத்துக்காட்டு :
বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল
பொருள் : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে
எடுத்துக்காட்டு :
ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে
ஒத்த சொற்கள் : বাউল
பொருள் : মগজুৰ বিকৃতি ঘটা
எடுத்துக்காட்டு :
চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
ஒத்த சொற்கள் : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল