பொருள் : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা
எடுத்துக்காட்டு :
এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে
ஒத்த சொற்கள் : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা
பொருள் : পাঞ্জাৱৰ অধিবাসী
எடுத்துக்காட்டு :
ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য
ஒத்த சொற்கள் : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী
பொருள் : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল
பொருள் : পঞ্জাৱত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক
பொருள் : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ
எடுத்துக்காட்டு :
গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ