உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
எடுத்துக்காட்டு : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
பொருள் : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
எடுத்துக்காட்டு : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
ஒத்த சொற்கள் : পীৰা
பொருள் : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা
எடுத்துக்காட்டு : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ
ஒத்த சொற்கள் : চিল্ক, ৰেচম, ৰেছম
நிறுவு