பொருள் : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
எடுத்துக்காட்டு :
তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
ஒத்த சொற்கள் : পাট্টা
பொருள் : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
எடுத்துக்காட்டு :
লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
ஒத்த சொற்கள் : পৃষ্ঠা
பொருள் : কাগজৰ সমান পাতল ধাতুৰ পাত
எடுத்துக்காட்டு :
তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
ஒத்த சொற்கள் : পত্র