உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : শিলৰ টুকুৰা
எடுத்துக்காட்டு : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
ஒத்த சொற்கள் : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড
பொருள் : সৰু আকাৰৰ শিল
எடுத்துக்காட்டு : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
ஒத்த சொற்கள் : শিল, শিলগুটি
பொருள் : মুত্রাশয় আদিত পাথৰৰ সৰু-সৰু টুকুৰা জমা হোৱা এবিধ ৰোগ
எடுத்துக்காட்டு : শ্যামে এজন নামী চিকিৎসকৰ সৈতে পাথৰৰ চিকিৎসাৰ কৰিলে
பொருள் : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
எடுத்துக்காட்டு : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
ஒத்த சொற்கள் : প্রস্তৰ, শিল, শিলাখণ্ড
பொருள் : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : শিলগুটি
பொருள் : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
ஒத்த சொற்கள் : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিল, শিলা, ষ্টোন
நிறுவு