பொருள் : পানীৰ দৰে হৈ পৰা পাতল বস্তু
எடுத்துக்காட்டு :
ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী
ஒத்த சொற்கள் : পনীয়া
பொருள் : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
எடுத்துக்காட்டு :
এই তৰোৱালখনৰ পানী চাবলগীয়া
ஒத்த சொற்கள் : ধাৰ
பொருள் : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
எடுத்துக்காட்டு :
তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে