உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি পাপ কৰে বা পাপ কৰা ব্যক্তি
எடுத்துக்காட்டு : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে
ஒத்த சொற்கள் : পাতকী, পাপকর্মী, পাপাচাৰী, পাপাত্মা
பொருள் : অপৰাধ কৰা লোক
எடுத்துக்காட்டு : অপৰাধীয়ে শাস্তি পোৱা উচিত আইনৰ শিথিলতাই অপৰাধীক প্রশ্রয় দিয়ে
ஒத்த சொற்கள் : অপৰাধী, দোষী, পাতকী, ্অধর্মী
பொருள் : যি পাপ কৰে বা পাপ কৰোতা
எடுத்துக்காட்டு : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
ஒத்த சொற்கள் : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, ্অধর্মী
நிறுவு