பொருள் : দূৰত্ব বা সময়ৰ হিচাপত যি নিচেই কাষৰ
எடுத்துக்காட்டு :
কুশীনগৰ আমাৰ গাঁৱৰ কাষৰীয়া নগৰ
ஒத்த சொற்கள் : অনতিদূৰৰ, ওচৰৰ, কাষৰ, কাষৰীয়া, নিকট্্ৱর্ত্তী, সমীপ্্ৱর্তী, ্অদূৰৱর্তী
பொருள் : সকলোতকৈ ওচৰৰ
எடுத்துக்காட்டு :
ইয়াৰ পৰা নিকটতম বাছ-আস্থান কোনটো
ஒத்த சொற்கள் : অনতিদূৰৰ, একেবাৰে ওচৰৰ, ওচৰৰ, নিকটতম, সমী্পৱর্তী