பொருள் : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা
எடுத்துக்காட்டு :
তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে
ஒத்த சொற்கள் : মানি চলা
பொருள் : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : পালা, পোহ-পাল দিয়া, পোহা
பொருள் : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
எடுத்துக்காட்டு :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
ஒத்த சொற்கள் : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা
பொருள் : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা
எடுத்துக்காட்டு :
সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে
ஒத்த சொற்கள் : প্রতিপালন কৰা, লালন-পালন কৰা