பொருள் : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
எடுத்துக்காட்டு :
আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
ஒத்த சொற்கள் : কপাট
பொருள் : তর্জুৰ ্পাল্লা
எடுத்துக்காட்டு :
তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
ஒத்த சொற்கள் : পালা