பொருள் : পাৰত লগোৱা
எடுத்துக்காட்டு :
নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
பொருள் : নি্র্বাহ কৰা বা অতিবাহিত কৰা
எடுத்துக்காட்டு :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
ஒத்த சொற்கள் : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
பொருள் : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
எடுத்துக்காட்டு :
ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
ஒத்த சொற்கள் : আগবঢ়োৱা
பொருள் : পাৰ হোৱা বা ব্যতিত হোৱা
எடுத்துக்காட்டு :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
ஒத்த சொற்கள் : অতিবাহিত কৰা, কটোৱা