பொருள் : হাত ভৰি আদিৰে একেৰাহে মাৰি থকা
எடுத்துக்காட்டு :
পুলিচে চোৰটোক খুব পিটিলে
ஒத்த சொற்கள் : পিতন দিয়া
பொருள் : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
எடுத்துக்காட்டு :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
ஒத்த சொற்கள் : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা
பொருள் : মৰিয়াই কোনো বস্তুক চেপেটা কৰা
எடுத்துக்காட்டு :
কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে