உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : নাৰীৰ স্তনদেশ
எடுத்துக்காட்டு : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
ஒத்த சொற்கள் : কুচকুম্ভ, গাখীৰ, দুদু, পয়োধৰ, পয়োভাৰ, স্তন
பொருள் : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
எடுத்துக்காட்டு : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
ஒத்த சொற்கள் : ওহাৰ, কুচকুম্ভ, পয়োধৰ, পয়োভাৰ, বাত, স্তন
பொருள் : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো
எடுத்துக்காட்டு : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল
ஒத்த சொற்கள் : পয়োধৰ, স্তন
பொருள் : পানী খোৱাৰ ইচ্ছা
எடுத்துக்காட்டு : নিজৰ পিয়াহ গুচাবলৈ তেওঁ্ পানী বিচাৰিবলৈ ধৰিলে
ஒத்த சொற்கள் : তৃষা, তৃষ্ণা, পানেচ্ছা, পিপাসা
நிறுவு