பொருள் : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
எடுத்துக்காட்டு :
দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
ஒத்த சொற்கள் : খেলনা
பொருள் : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
எடுத்துக்காட்டு :
দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
ஒத்த சொற்கள் : পুত্তলিকা