பொருள் : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য
எடுத்துக்காட்டு :
এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে
பொருள் : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস
எடுத்துக்காட்டு :
এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে
ஒத்த சொற்கள் : আবৃত্তি
பொருள் : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য
எடுத்துக்காட்டு :
ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়
பொருள் : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য
எடுத்துக்காட்டு :
মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে
ஒத்த சொற்கள் : পুনৰকথন