உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যিজনে পূজা কৰে
எடுத்துக்காட்டு : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
ஒத்த சொற்கள் : আৰাধক, উপাসক, ভক্ত
பொருள் : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
எடுத்துக்காட்டு : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
ஒத்த சொற்கள் : সেৱক
பொருள் : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
எடுத்துக்காட்டு : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
ஒத்த சொற்கள் : উপাসক, ভক্ত
நிறுவு