பொருள் : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
எடுத்துக்காட்டு :
তেওঁ কংগ্রেছৰ পৰা ওলাল
ஒத்த சொற்கள் : ওলোৱা
பொருள் : কোনো অংশত পৃথক পৃথক হোৱা
எடுத்துக்காட்டு :
স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল
ஒத்த சொற்கள் : বিভক্ত হোৱা
பொருள் : * সম্বন্ধ আদি নাইকিয়া হোৱা
எடுத்துக்காட்டு :
নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
ஒத்த சொற்கள் : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা