பொருள் : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়
எடுத்துக்காட்டு :
এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম
பொருள் : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল
எடுத்துக்காட்டு :
এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে
ஒத்த சொற்கள் : পৃষ্ঠ-ভূমি
பொருள் : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি
எடுத்துக்காட்டு :
এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত
பொருள் : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ
எடுத்துக்காட்டு :
এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে
ஒத்த சொற்கள் : পটভূমি, পৃষ্ঠ-ভূমি
பொருள் : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়
எடுத்துக்காட்டு :
এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে
ஒத்த சொற்கள் : পশ্চাদপট