பொருள் : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
எடுத்துக்காட்டு :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
ஒத்த சொற்கள் : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা
பொருள் : কোনোবা সৰি পৰাত প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
তেওঁ ্ঢকা মাৰি মোক পেলালে
ஒத்த சொற்கள் : পেলোৱা
பொருள் : কোনো বস্তু তললৈ পেলোৱা কার্য
எடுத்துக்காட்டு :
লʼৰাটোৱে গাখীৰখিনি
பொருள் : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
எடுத்துக்காட்டு :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
ஒத்த சொற்கள் : পেলোৱা