பொருள் : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
எடுத்துக்காட்டு :
বান্ধৰ পানী নলাত পেলোৱা হয়
பொருள் : কোনোবা সৰি পৰাত প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
তেওঁ ্ঢকা মাৰি মোক পেলালে
ஒத்த சொற்கள் : পেলাই দিয়া
பொருள் : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
எடுத்துக்காட்டு :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
ஒத்த சொற்கள் : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
பொருள் : কোনো অন্যৰ দ্বাৰা পেলা
எடுத்துக்காட்டு :
সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
பொருள் : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
எடுத்துக்காட்டு :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
ஒத்த சொற்கள் : পেলাই দিয়া