பொருள் : সম্বন্ধীয় ব্যক্তি আদিক নেদেখা ভাও জুৰি
எடுத்துக்காட்டு :
তুমি আমাক নুসোধাকৈ পোনে-পোনে তেওঁৰ ্পৰা পইচা খুজি আনিলা!
பொருள் : নুঘূৰাকৈ
எடுத்துக்காட்டு :
আপুনি ইয়াৰ পৰা পোনে-পোনে যাৱক আৰু ডাকবঙলাৰ পৰা বাওঁ্ফালে যাব
பொருள் : মধ্যস্থতা নোহোৱাকৈ
எடுத்துக்காட்டு :
মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
ஒத்த சொற்கள் : চিধাকৈ, পোনপটীয়াকৈ