பொருள் : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
எடுத்துக்காட்டு :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
ஒத்த சொற்கள் : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
பொருள் : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
எடுத்துக்காட்டு :
এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
ஒத்த சொற்கள் : চমচমোৱা
பொருள் : জ্বলন বা পোৰণ অনুভব কৰা
எடுத்துக்காட்டு :
মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে