பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து পোৱা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

পোৱা   বিশেষ্য

பொருள் : কোনো বস্তুৰ চাৰিভাগৰ এভাগ

எடுத்துக்காட்டு : ইয়াৰ ওজন এপোৱা

ஒத்த சொற்கள் : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ

পোৱা   ক্ৰিয়া

பொருள் : সমান অৱস্থাত উপনীত হোৱা অৱস্থা

எடுத்துக்காட்டு : তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা

பொருள் : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

எடுத்துக்காட்டு : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

ஒத்த சொற்கள் : লাভ কৰা

பொருள் : সুখ, দুখ আদি সহা কার্য

எடுத்துக்காட்டு : তেওঁ নিজৰ ্কর্মৰ ফল ভুগি আছে

ஒத்த சொற்கள் : ভোগা

பொருள் : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

எடுத்துக்காட்டு : মই ৰামৰ পৰা এশ টকা পালোঁ

ஒத்த சொற்கள் : লাভ কৰা

பொருள் : উপল্্ব্ধ হোৱা

எடுத்துக்காட்டு : এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়

ஒத்த சொற்கள் : পোৱা যায়

பொருள் : কোনো পদ, স্থান আদিলৈকে আহি পোৱা

எடுத்துக்காட்டு : নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি

பொருள் : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা

எடுத்துக்காட்டு : অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি

ஒத்த சொற்கள் : উপনীত হোৱা

பொருள் : প্রাপ্ত হোৱা বা পোৱা কার্য

எடுத்துக்காட்டு : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

ஒத்த சொற்கள் : প্রাপ্তি ঘটা, লাভ কৰা

பொருள் : পৰি থকা বস্তু উঠোৱা

எடுத்துக்காட்டு : আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো

பொருள் : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা

எடுத்துக்காட்டு : আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো

ஒத்த சொற்கள் : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা

பொருள் : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

எடுத்துக்காட்டு : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

ஒத்த சொற்கள் : আহি পোৱা, লাভ কৰা

பொருள் : নিজৰ অধিকাৰ সাব্যস্ত কৰা

எடுத்துக்காட்டு : অশোকে কলিংগত জয় লাভ কৰিছিল

ஒத்த சொற்கள் : প্রাপ্ত কৰা, লাভ কৰা

பொருள் : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

எடுத்துக்காட்டு :

ஒத்த சொற்கள் : অহা, আগমন কৰা, উপস্থিত হোৱা

பொருள் : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য

எடுத்துக்காட்டு : ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি

ஒத்த சொற்கள் : উপনীত হোৱা

பொருள் : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা

எடுத்துக்காட்டு : মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি

பொருள் : পায় যোৱা

எடுத்துக்காட்டு : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

ஒத்த சொற்கள் : লাভ কৰা

পোৱা   বিশেষণ

பொருள் : চাৰিভাগৰ এক অংশ

எடுத்துக்காட்டு : তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে

பொருள் : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে

எடுத்துக்காட்டு : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে

ஒத்த சொற்கள் : উপার্জিত, প্রাপ্ত, হস্তগত

பொருள் : নিৰ্দিষ্ট স্থানত উপনীত কৰা

எடுத்துக்காட்டு : পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে