உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
பொருள் : বিভিন্ন ৰূপাত্মক জগতৰ বিকাশ সাধন কৰা সেই মূল শক্তি যাৰ ৰূপ দৃশ্য ৰূপত দেখা যায়
எடுத்துக்காட்டு : গছ কটাৰ কাৰণে প্রকৃতিৰ সন্তুলনত বিকাৰ ঘটিছে
ஒத்த சொற்கள் : নি্সর্গ
பொருள் : গছ-গছনি, পশু-পক্ষী, ্ পর্বত-্পাহাৰ আদিৰে ভৰি থকা প্রাকৃতিক দৃশ্যৰ পৃথিৱী
எடுத்துக்காட்டு : প্রকৃতিক অখণ্ড ৰূপত ৰাখিবৰ কাৰণে মজবুট পদক্ষেপ লোৱা উচিত
ஒத்த சொற்கள் : নি্সর্গ, ্বাহ্যজগত
பொருள் : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
எடுத்துக்காட்டு : তেওঁ ্ লাজুক স্বভাৱৰ
ஒத்த சொற்கள் : চৰিত্র, মেজাজ, স্বভাৱ, স্বৰূপ
நிறுவு