பொருள் : অত্যধিক কোপ বা ক্রোধ
எடுத்துக்காட்டு :
ওজাই দেৱীৰ প্রকোপৰ পৰা ৰক্ষা পাবৰ কাৰণে পূজা-পাঠ কৰিবলৈ কʼলে
பொருள் : কোনো ৰোগ আদিৰ প্রৱলতা বা একেৰাহে হোৱা কুপ্রভাৱ
எடுத்துக்காட்டு :
গাঁৱত হাইজাৰ প্রকোপ অব্যাহত আছে