பொருள் : কোনো কাম কৰাৰ পিছত তাৰ বিৰোধীতা বা পৰিণামস্বৰূপে অন্যপক্ষত হোৱা ক্রিয়া
எடுத்துக்காட்டு :
চুৰি ধৰা পৰাৰ পিছত বিনা প্রতিক্রিয়াৰে সি নিজৰ দোষ মানি লʼলে
பொருள் : কোনো ক্রিয়াৰ সমান কিন্তু বিপৰীত অথবা বিপৰীত দিশত হোৱা কার্য
எடுத்துக்காட்டு :
বন্দুক চলোৱাৰ সময়ত লগা ধাক্কাটো তাৰ প্রতিক্রিয়া