பொருள் : প্রতিনিধি হোৱাৰ ভাৱ
எடுத்துக்காட்டு :
তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে
பொருள் : প্রতিনিধি হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে
பொருள் : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
எடுத்துக்காட்டு :
মই প্রতিনিধিত্ব কৰিব নোৱাৰো
ஒத்த சொற்கள் : এজেঞ্চি