உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : স্থাপন বা প্রতিষ্ঠা কৰা কার্য
எடுத்துக்காட்டு : চকত গান্ধীজীৰ মূর্তিক স্থাপন কৰা হʼল
ஒத்த சொற்கள் : স্থাপন
பொருள் : খ্যাত হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
ஒத்த சொற்கள் : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
பொருள் : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
எடுத்துக்காட்டு : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
ஒத்த சொற்கள் : গঠন, স্থাপনা
நிறுவு