உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
எடுத்துக்காட்டு : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
ஒத்த சொற்கள் : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
பொருள் : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
எடுத்துக்காட்டு : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
ஒத்த சொற்கள் : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
பொருள் : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
எடுத்துக்காட்டு : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
பொருள் : সামান্য মিল থকা
எடுத்துக்காட்டு : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
ஒத்த சொற்கள் : আভা, আভাস
நிறுவு