பொருள் : পুনৰ অহা বা ঘূৰি অহা কার্য
எடுத்துக்காட்டு :
প্রত্যাৱর্তনৰ সময়ত আমি বাৰাণসী হৈ আহিম
பொருள் : উভতি অহা কার্য ্বা ভাব
எடுத்துக்காட்டு :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
ஒத்த சொற்கள் : উভতি অহা, ঘূৰি অহা, প্রত্যাগমন, ফিৰি অহা
பொருள் : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
எடுத்துக்காட்டு :
অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
ஒத்த சொற்கள் : পুনৰাগমন, প্রত্যাগমন