பொருள் : যিজনে বিদেশত গৈ বসবাস কৰিছে
எடுத்துக்காட்டு :
ভাৰত চৰকাৰে কিছুমান প্রবাসীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিছে
பொருள் : বিদেশত গৈ বসবাস কৰা বা থকা
எடுத்துக்காட்டு :
কিছুমান প্রবাসী লোকে নিজ দেশ তথা পৰিয়ালৰ লোকক লগ পাবৰ কাৰণে ব্যাকুল হৈ থাকে