பொருள் : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
எடுத்துக்காட்டு :
তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
பொருள் : যি প্রমাণৰ বিষয় হʼব পাৰে
எடுத்துக்காட்டு :
প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
பொருள் : যি জুখিব পাৰি
எடுத்துக்காட்டு :
তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
பொருள் : যি সিদ্ধ কৰিব লাগে
எடுத்துக்காட்டு :
গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে