பொருள் : দী্র্ঘ্্তা, প্রস্থতা আদি
எடுத்துக்காட்டு :
হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতবর্ষৰ বিস্তৃতি
ஒத்த சொற்கள் : প্রসাৰণ, পৰিকীর্ণ্্তা, পৰিব্যাপ্তি, বিসাৰ, বিস্তাৰ, বিস্তৃতি, বিয়পি থকা-, ব্যাপ্তি
பொருள் : গতি, বুদ্ধি, উদ্যম আদিৰ প্রসাৰ
எடுத்துக்காட்டு :
শিশুৰ বুদ্ধিৰ প্রসাৰ কিমানলৈকে হয়, কোৱাটো কঠিন