பொருள் : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা
எடுத்துக்காட்டு :
এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব
ஒத்த சொற்கள் : ৰাওনা হোৱা
பொருள் : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
எடுத்துக்காட்டு :
মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
ஒத்த சொற்கள் : গমন কৰা, যোৱা, ৰাওনা হোৱা