உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : দীঘল আৰু বহল সমতল ভূমি
எடுத்துக்காட்டு : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
ஒத்த சொற்கள் : ক্ষেত্র, পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, ময়দান
பொருள் : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
எடுத்துக்காட்டு : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
ஒத்த சொற்கள் : দেশ, প্রদেশ, ৰাজ্য
பொருள் : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
எடுத்துக்காட்டு : এই কাঁহীখনৰ কাণটো বৰ পাতল
ஒத்த சொற்கள் : কাণ, কাষ, কিনাৰ, মূৰ
நிறுவு