பொருள் : যিয়ে আন কাৰোবাৰ পৰা প্রেৰণা লাভ কৰিছে
எடுத்துக்காட்டு :
শিক্ষাগুৰুৱে ৰামক পঢ়িবৰ কাৰণে প্রেৰিত কৰিলে
ஒத்த சொற்கள் : অনুপ্রাণিত
பொருள் : যিটো পঠোৱা হৈছে
எடுத்துக்காட்டு :
আপোনাৰ দ্বাৰা প্রেৰিত পত্রখন মই পাইছোঁ