பொருள் : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি
எடுத்துக்காட்டு :
এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে
ஒத்த சொற்கள் : আদবয়সীয়া, মধ্যবয়সীয়া, মধ্যবয়স্ক
பொருள் : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা
எடுத்துக்காட்டு :
আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা
ஒத்த சொற்கள் : আদহীয়া, মধ্যবয়সীয়া