பொருள் : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
எடுத்துக்காட்டு :
যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
ஒத்த சொற்கள் : কামত লগোৱা, ব্যৱহাৰ
பொருள் : কোনো কথা জানিবৰ কাৰণে বা বুজিবৰ কাৰণে অথবা পৰীক্ষা, অনুসন্ধান আদিৰ ৰূপত হোৱা কোনো কার্য ্বা সাধন
எடுத்துக்காட்டு :
আমি প্রয়োগ কৰিবৰ কাৰণে গৱেষণাগাৰলৈ গʼলোঁ